ইয়াক স্থানীয়ভাৱে মুখলগা ৰোগ বুলি কোৱা হয়। ষ্টেপ্তককি বেছিলাছ বেক্টেৰিয়াৰ দ্বাৰা সৃষ্টি ই এটা জীৱাণুঘটিত ৰোগ। গ্ৰীষ্মকালীন শস্যৰ সময়ত ইয়াৰ প্ৰাদুৰ্ভাৱ দেখা যায়। গ্ৰীষ্মকালত ৩০ৰ পৰা ১০০০ শতাংশ শস্য লোকচান হয়।
কাৰণসমূহ
১. উচ্চ উষ্ণতা আৰু আপেক্ষিক আৰ্দ্ৰতা
২. নিম্ন মানৰ বায়ু চলাচল ব্যৱস্থা
৩. নিম্ন মানৰ অনাময় ব্যৱস্থা
৪. অনুপযুক্তভাৱে তল পৰিস্কাৰকৰণ
৫. জিভা পাত ভক্ষণ
৬. মনজাতীয় বস্তু আহৰণ
৭. সংক্ৰমিত পাত ভক্ষণ
৮. পলুসমূহ অত্যধিকভাৱে পূৰ্ণ হৈ থকা
লক্ষণসমূহ
১. মন্থৰ চালচলন
২. পেট অংশৰ সংকোচন
৩. ভোক হেৰাই পেলোৱা
৪. বুকু ফুলা
৫. তলৰ বমি কৰা
৬. খামুচি ধৰিব পৰা ক্ষমতা হেৰুওৱা
৭. শৰীৰ পাতল হৈ পৰা আৰু ফাটি যোৱা
৮. বুকু কলা পৰি যোৱা।
নিয়ন্ত্ৰণৰ উপায়সমূহ-
১. পালনগৃহ/ যন্ত্ৰপাতিসমূহৰ ফলপ্ৰসূ সংক্ৰমণযুক্তকৰণ
২. পলুসমূহ অত্যধিকভাৱে পূৰ্ণ কৰি ৰখাৰ পৰা বিৰত থকা
৩. অনকূল উষ্ণতা আৰু আপেক্ষিক আৰ্দ্ৰতা বজাই ৰখা
৪. ৰুগীয়া আৰু সংক্ৰমিত পাত ভক্ষণৰ পৰা বিৰত ৰখা
৫. ৰুগীয়া পলুসমূহ সংগ্ৰহ কৰি ধ্বংস কৰা।
৬. ব্লিচিং পাউদাৰ আৰু চূণ ১:৯ অনুপাতত ছটিওৱা।
৭. তলখন সঠিকভাৱে পৰিস্কাৰ কৰি ৰখা।
৮. সঠিক নাময় আৰু স্বাস্থ্যবিধি।