মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Handloom Textiles & Sericulture ৰেচম সঞ্চালকালয়

গৱেষণা আৰু বিকাশ

  • মুগা ৰেচম শিল্পত বিভিন্ন ধৰণৰ প্ৰক্ৰিয়া জড়িত থাকে, উদাহৰণস্বৰূপে খাদ্য উদ্ভিদ, মুগা পলুৰ প্ৰজনন, কুকুনৰ পৰা সূতা আহৰণ, সূতা পকোৱা, সূতা কটাৰ লগতে বিভিন্ন ধৰণৰ বিপণন জড়িত প্ৰক্ৰিয়া যেনে- উত্পাদিত সামগ্ৰী সেৱা ইত্যাদি। চোম আৰু শোৱালুৰ নতুন প্ৰজাতিসমূহক অনুকূল জলবায়ু ও পৰিবেশ প্ৰদানৰ দ্বাৰা উত্পাদন বৃদ্ধি, গুণাৱস্থাৰ মানদণ্ড আৰু লাভৰ পৰিমাণ বৃদ্ধি কৰিবলৈ অসম চৰকাৰে ১নং অনুসন্ধান উপ-কেন্দ্ৰৰ স্থাপন কৰিছে ঢকুৱাখনাত। ইয়াত মুগা শিল্পৰ লগত জড়িত অনুসন্ধানৰ কাৰ্য চলি আহিছে।