মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Handloom Textiles & Sericulture ৰেচম সঞ্চালকালয়

ৰেচম পলুৰ খাদ্য উদ্ভিদ

মুগা পলুৰ খাদ্য উদ্ভিদ

মুগা পলুৰ প্ৰজাতিত থকা কিছু প্ৰকাৰ আন্থেৰিয়াআচামা ৱেষ্টউড, এ. নিভিটি, এ. কোমটাআৰু এ.হেলফেৰি হ’ল স্থানীয় বহুভোজী পতংগ আৰু ইহতে প্ৰধানকৈ চোম কাঠ পূৰ্বৰ নাম মাখিলাচ বম্বিচিনাআৰু শুৱালো গছৰ পাত খায়। ইয়াৰোপৰি বিভিন্ন বেলেগ খাদ্য উদ্ভিদৰ পাত খায় উদাহৰণস্বৰূপ- দীঘলতী, মেজাংকৰী, বগৰী,চম্পা, ভোমলতী, পাতিখন্দা, গমাৰী, পানচপা, কাঠলুৱা, গানচাৰাই বজ্ৰামণি ইত্যাদি