মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Handloom Textiles & Sericulture ৰেচম সঞ্চালকালয়

ৰেচম পলুৰ খাদ্য উদ্ভিদ

নুনী খেতিত লগা পোক আৰু ৰোগসমূহ

প্ৰাকৃতিক পৰিৱেশ ঘাইকৈ বানপানী, খৰাং হিমবৰ্ষন ইত্যাদিৰ বাদেও বিভিন্ন ধৰণৰ কীট- পতংগৰ দ্বাৰাও নুনীখেতিৰ ক্ষতিসাধন হব পাৰে। জাপানত এনে প্ৰায় ২০ প্ৰকাৰৰ কীট পতংগৰ জীৱন-চক্ৰৰ অধ্যায়ন কৰা হৈছে। ইয়াৰ দ্বাৰা গম পোৱা গৈছে যে অতি কমেও ৫০০ প্ৰকাৰ শেলাই জাতীয় আৰু বেক্টেৰীয়া জনিত ৰোগে নুনী গছক আক্ৰমণ কৰে যাৰ কমেও ৩০ বিধ ৰোগ অত্যন্ত জটিল আৰু ইয়াৰে ৭-৮ বিধে ব্যাপক ক্ষতি-সাধন কৰিব পাৰে। কিন্তু ভাৰতত জলবায়ু আৰু মাটিৰ গুণাগুণৰ কাৰণে ৰোগৰ পৰিমাণ আপেক্ষিক ভাৱে কম।

১)হেমন্ত ঋতুৰ শেষৰপিনে হোৱা শস্যক বিস্তৰভাৱে ক্ষতি- সাধন কৰা পতংগ বিধ হৈছে গ্লাইফোডিছ ফাইলোআলিছ এবিধ মৌ-মাখি জাতীয় পতংগ।

২) মে আৰু জুন মাহত এই পতংগবিধে গছৰ পাতৰ বৰ্হিভাগত কণী পাৰে।

৩) স্কেল পোক

৪) ৱীভিলচ্

৫) স্টেম বৌৰ্চ

৬) ৰোট বোৰৰ

৭) তোকৰা ৰোগ