মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Handloom Textiles & Sericulture ৰেচম সঞ্চালকালয়

ৰেচম পলুৰ খাদ্য উদ্ভিদ

এড়ী পলুৰ খাদ্য উদ্ভিদ

এড়ী পলু, চামিয়া ৰিচিনী আৰু চামিয়া চিনঠিয়া এই দুই প্ৰজাতিত প্ৰচূৰভাৱে পোৱা যায়। ইয়াৰোপৰি বন্য এড়ী, উদাহৰণস্বৰূপে আটাকোচ আতলাচ আৰু শ্ৰীকোলা প্ৰজাতিএই অঞ্চলত পোৱা যায়।

এড়ী গছৰ পাত এই পলুৰ মূল আহাৰ আৰু এই গছ আমাৰ অঞ্চলত প্ৰচূৰ পৰিমাণে পোৱা য়ায়। লগতে কেছেৰু পাতো এড়ী পলুৰ মুখ্য এক আহাৰৰ তালিকাত ৰখা হয়। যিহেতু এড়ী পলু বহুভক্ষী প্ৰজাতিৰ হয় গতিকে আৰু কিছু বেলেগ উদ্ভিদৰ পাতো ই খায়। উদাহৰণস্বৰূপেবৰকেছেৰু,  বৰপাত, তপিয়কা, গুলাঞ্চা, গমাৰী, পায়াম ইত্যাদি ।