মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Handloom Textiles & Sericulture ৰেচম সঞ্চালকালয়

ৰেচম পলিক্লিনিক

১৮৬৮ চনৰ পাষ্টৰে ফ্ৰান্সৰ ৰেচম উদ্যোগক ৰক্ষা কৰিছিল। ৰেচম পলুক হোৱা এক অচিন ৰোগে সমগ্ৰ ৰেচম উদ্যোগক ক্ষতিসাধন কৰিছিল। পাষ্টৰে এই ৰোগ ধৰা পেলাই ইয়াক আৰু বিস্তাৰিত হোৱাৰ পৰা ৰখাইছিল। দক্ষিণ ভাৰতত নুনী খেতি পেব্ৰিক ৰোগৰ বাবে ১৯৯৫ চনত সম্পূৰ্ণ ৰূপে ধ্বংস হৈছিল। এই পেব্ৰিক ৰোগৰ বাবেই মুগা খেতিও মেঘালয়ৰ তুৰা অঞ্চলত ধ্বংস হৈছিল। সেয়ে ২০০৮ চনত ৰেচম চিকিত্সালয় দক্ষিণ ভাৰতত স্থাপন কৰা হৈছিল। উত্তৰ পূৰ্বাঞ্চলৰ মণিপুৰত ২০১৩-১৪ চনত ৰেচম চিকিত্সালয়ৰ স্থাপন হয়। বৰ্তমান যোৰহাট আৰু দৰং জিলাতো ইয়াক স্থাপন কৰা হৈছে। পেত্ৰিন ৰোগক নিয়ন্ত্ৰিত ৰাখিবলৈ CSB, DOS আৰু অন্য NGO/SHG বিলাকে একগোট হৈ কাম কৰিব লাগিব।

ৰেচম চিকিত্সালয়ৰ গুৰুত্ব

  • ৰেচম পলুৰ ৰোগত প্ৰবন্ধন
  • ৰোগক থমাবলৈ এটি বেক্টেৰীয়েল প্ৰটিনৰ সংশ্লেষণ
  • ৰোগৰ ভালকৈ অনুসন্ধান
  • ৰোগাক্ৰান্ত অঞ্চলৰ নিৰীক্ষণ।

সাৱধানতা

  • মুখাৰ ব্যৱহাৰ
  • বতাহৰ ওলোটা দিশত ঔষধৰ স্প্ৰে
  • ঔষধখিনি শুকান আৰু সুৰক্ষিত স্থানত ৰখা।