ক্ৰ. নং. | মূগা কটা গোটৰ নাম | জিলা/ সংমণ্ডলৰ নাম | নিয়ন্ত্ৰিত হয় | প্ৰতিষ্ঠাৰ বৰ্ষ |
---|---|---|---|---|
সাধাৰণ এলেকা | ||||
১ | খানাপাৰা | কামৰূপ(ম) | এ.ডি.এছ., কামৰূপ | ১৯৭৮ |
২ | শুৱালকুচি | কামৰূপ | এ.ডি.এছ., কামৰূপ | ১৯৮৪ |
৩ | চকহাটী | কামৰূপ | এ.ডি.এছ., কামৰূপ | ১৯৮৬ |
৪ | কোচধোৱা | গোৱালপাৰা | এ.ডি.এছ., গোৱালপাৰা | ১৯৮৫ |
৫ | জলধাপাৰা | গোৱালপাৰা | এ.ডি.এছ., গোৱালপাৰা | ১৯৮৪ |
৬ | ভগাকাবাৰো | গোলাঘাট | এছ.এছ., গোলাঘাট | ১৯৮৬ |
৭ | টেঙাপুখুৰী | শিৱসাগৰ | এ.ডি.এছ., শিৱসাগৰ | ১৯৮৪ |
৮ | গৌৰীসাগৰ | শিৱসাগৰ | এ.ডি.এছ., শিৱসাগৰ | ১৯৮৪ |
৯ | বৰাহীবাৰী | শিৱসাগৰ | এ.ডি.এছ., শিৱসাগৰ | - |
১০ | ঢকোৱাখানা | লক্ষীমপুৰ | এ.ডি.এছ.,লক্ষীমপুৰ | - |
১১ | উত্তৰ লক্ষীমপুৰ | লক্ষীমপুৰ | এ.ডি.এছ., উত্তৰলক্ষীমপুৰ | - |
১২ | ঘিলামাৰা | লক্ষীমপুৰ | এ.ডি.এছ., উত্তৰলক্ষীমপুৰ | ১৯৮৪ |
১৩ | গগামুখ | ধেমাজি | এ.ডি.এছ., ধেমাজি | ১৯৮৪ |
১৪ | নাহাযাৰ নাহৰবাৰী, কোঁৱৰগাওঁ | ডিব্ৰুগড় | এ.ডি.এছ., ডিব্ৰুগড় | ১৯৮৩ |