| ক্ৰ. নং. | মূগা কটা গোটৰ নাম | জিলা/ সংমণ্ডলৰ নাম | নিয়ন্ত্ৰিত হয় | প্ৰতিষ্ঠাৰ বৰ্ষ |
|---|---|---|---|---|
| সাধাৰণ এলেকা | ||||
| ১ | খানাপাৰা | কামৰূপ(ম) | এ.ডি.এছ., কামৰূপ | ১৯৭৮ |
| ২ | শুৱালকুচি | কামৰূপ | এ.ডি.এছ., কামৰূপ | ১৯৮৪ |
| ৩ | চকহাটী | কামৰূপ | এ.ডি.এছ., কামৰূপ | ১৯৮৬ |
| ৪ | কোচধোৱা | গোৱালপাৰা | এ.ডি.এছ., গোৱালপাৰা | ১৯৮৫ |
| ৫ | জলধাপাৰা | গোৱালপাৰা | এ.ডি.এছ., গোৱালপাৰা | ১৯৮৪ |
| ৬ | ভগাকাবাৰো | গোলাঘাট | এছ.এছ., গোলাঘাট | ১৯৮৬ |
| ৭ | টেঙাপুখুৰী | শিৱসাগৰ | এ.ডি.এছ., শিৱসাগৰ | ১৯৮৪ |
| ৮ | গৌৰীসাগৰ | শিৱসাগৰ | এ.ডি.এছ., শিৱসাগৰ | ১৯৮৪ |
| ৯ | বৰাহীবাৰী | শিৱসাগৰ | এ.ডি.এছ., শিৱসাগৰ | - |
| ১০ | ঢকোৱাখানা | লক্ষীমপুৰ | এ.ডি.এছ.,লক্ষীমপুৰ | - |
| ১১ | উত্তৰ লক্ষীমপুৰ | লক্ষীমপুৰ | এ.ডি.এছ., উত্তৰলক্ষীমপুৰ | - |
| ১২ | ঘিলামাৰা | লক্ষীমপুৰ | এ.ডি.এছ., উত্তৰলক্ষীমপুৰ | ১৯৮৪ |
| ১৩ | গগামুখ | ধেমাজি | এ.ডি.এছ., ধেমাজি | ১৯৮৪ |
| ১৪ | নাহাযাৰ নাহৰবাৰী, কোঁৱৰগাওঁ | ডিব্ৰুগড় | এ.ডি.এছ., ডিব্ৰুগড় | ১৯৮৩ |