১৩ খন মূগা সঁচ পামক ব্যৱসায়িকভাৱে পালনকাৰীসকলৰ প্ৰয়োজনীয়তাখিনি পূৰণ কৰিবৰ কাৰণে প্ৰাথমিক মূগা সঁচৰ খোলা উত্পাদন কৰিবৰ কাৰণে প্ৰতিষ্ঠা কৰা হৈছে।
| ক্ৰ. নং. | মূগা পামৰ নাম | জিলা/সংমণ্ডলৰ নাম | নিয়ন্ত্ৰিত হয় | প্ৰতিষ্ঠাৰ বৰ্ষ | মূগাৰ অন্তৰ্গত এলেকা(হেক্টৰত) |
|---|---|---|---|---|---|
| সাধাৰণ এলেকা | |||||
| ১ | খানাপাৰা | কামৰূপ | এ.ডি.এছ., কামৰূপ | ১৯৫৪ | ১১.২৭ |
| ২ | ভকতপাৰা | কামৰূপ | এ.ডি.এছ., কামৰূপ | ১৯৬৭ | ২৩.২২ |
| ৩ | কাঁহিবমা | কামৰূপ | এ.ডি.এছ., কামৰূপ | ১৯৫৭ | ৫৫.২ |
| ৪ | জগদুৱাৰ | যোৰহাট | এ.ডি.এছ., যোৰহাট | ১৯৭৬ | ১২ |
| ৫ | বৰহীবাৰী | শিৱসাগৰ | এ.ডি.এছ., শিৱসাগৰ | ১৯৭০ | ৩৭.৭৩ |
| ৬ | গড়পেৰা | ডিব্ৰুগড় | এ.ডি.এছ.,ডিব্ৰুগড় | ১৯৮২ | ৮.৮ |
| ৭ | নাৰায়ণপুৰ | উত্তৰ লক্ষীমপুৰ | এ.ডি.এছ.,লক্ষীমপুৰ | ১৯৭৫ | ২০ |
| ৮ | ঢকোৱাখানা | উত্তৰ লক্ষীমপুৰ | এ.ডি.এছ.,লক্ষীমপুৰ | ১৯৬১ | ২৮.৪৬ |
| মুঠ | ১৯৬.৬৮ | ||||
| ষষ্ঠ অনুসূচীত এলেকাৰ অন্তৰ্গত বড়োলেণ্ড টেৰিটৰিয়েল জিলা পৰিষদ | |||||
| ৯ | কোকোৰাঝাৰ | কোকোৰাঝাৰ | এ.ডি.এছ.,কোকোৰাঝাৰ | ১৯৫৭ | ১২.৭ |
| ১০ | জালাহ (মূগা পি ২ পাম) | বাক্সা | এ.ডি.এছ.,বাক্সা | ২০০৬ | ৩.৫ |
| মুঠ | ১৬.২ | ||||
| কাৰ্বি আংলং জিলা স্বায়ত্ব শাসিত পৰিষদ | |||||
| ১১ | হামৰেণ | কাৰ্বি আংলং (হামৰেণ) | এছ.এছ. হামৰেণ | ১৯৮৬ | ২৬.৫ |
| ডিমা হাচাও জিলা স্বায়ত্ব শাসিত পৰিষদ | |||||
| ১২ | খৰঙ্গমা | ডিমা হাচাও | এ.ডি.এছ.,হাফলং(ডিমা হাচাও) | ১৯৭৫ | ১০ |
| ১৩ | লঙ্গখাম উমৰাংচু | ডিমা হাচাও ( মায়বং) | এ.ডি.এছ.,হাফলং(ডিমা হাচাও) | ১৯৮৬ | ১৩.৩৩ |
| মুঠ | ২৩.৩৩ | ||||