মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Handloom Textiles & Sericulture ৰেচম সঞ্চালকালয়

ৰেচম পলুৰ প্ৰতিপালন

তাচাৰ পলুৰ উত্পাদন

তাচাৰ পলু উত্পাদনৰ বাবে অসমৰ কাৰ্বি আংলং আৰু ডিমা হাছাও জিলা অনুকূল। এই অঞ্চলৰ বাসিন্দাসকলক প্ৰাকৃতিকভাৱে পোৱা অ’ক গছত তাচাৰৰ খেতি কৰিবলৈ প্ৰোত্সাহিত কৰা যায়। তাচাৰৰ প্ৰজাতি আন্থেৰিয়া প্ৰয়লেআৰু ইয়াৰ সংকৰ প্ৰজাতি দুটা হল এ. ৰয়লি আৰুএ. পেৰিনি।

তাচাৰ পলু আন্থেৰিয়া মাইলিয়া ডি.এবিধ বহুভক্ষী প্ৰজাতি আৰু ইয়াৰ খেতি স্বাবাৱিকভাৱে বাৰী বা বনাঞ্চলত কৰা হয়।