ৰেচম শিল্পত মানৱ শক্তি
অসমৰ ৰেচম শিল্পৰ কাৰ্য্যক্ৰমসমূহ নিয়ন্ত্ৰণ কৰিবৰ বাবে চৰকাৰে ক্লাছ-I ৰ পৰা গ্ৰেড- IV লৈ ২৭৮৬ টা পদৰ য়ৃষ্টি কৰিছিল। তলৰ তালিকাখনত সৃষ্টি কৰা পদ আৰু বৰ্তমানলৈকে কৰ্মচাৰীৰ অৱস্থিতি দেখুওৱা হল।
| ক্ৰ. নং. | শ্ৰেণী | পদৰ সংখ্যা | মন্তব্য | ||
|---|---|---|---|---|---|
| সঞ্চালকালয় | জিলা/ সংমণ্ডল | মুঠ | |||
| ১ | ক্লাছ-I | ১৫ | ৩৩ | ৪৮ | |
| ২ | ক্লাছ-II | ১০ | ১০১ | III | |
| ৩ | ক্লাছ-III | ১০২ | ১২২৩ | ১৩২৫ | |
| ৪ | ক্লাছ- IV | ৩০ | ৫৬২ | ৫৯২ | |
| ৫ | এম.আৰ. গ্ৰেড- IV | ৭১০ | ৭১০ | ||
| মুঠ | ১৫৭ | ২৬২৯ | ২৭৮৬ | ||