মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Handloom Textiles & Sericulture ৰেচম সঞ্চালকালয়

এড়ী সঁচ গ্ৰেইনেজ

ৰেচমশিল্প প্ৰদৰ্শৰৰ দ্বাৰা এড়ী পালকসকলক ৰোগমুক্ত উত্পাদনৰ ক্ষেত্ৰত আৰু উত্পাদন বৃদ্ধিৰ প্ৰয়োজনীয়তাৰ বাবে ২৬ টা এড়ী সঁচ গ্ৰেইনেজ স্থাপন কৰা হয়।

ক্ৰ. নং.এড়ী সঁচ গ্ৰেইনেজৰ নামজিলা/ সংমণ্ডলৰ নামনিয়ন্ত্ৰিত হয়প্ৰতিষ্ঠাৰ বৰ্ষএড়ী সঁচ গ্ৰেইনেজৰ  অন্তৰ্গত এলেকা(হেক্টৰত)
সাধাৰণ এলেকাৰ অধীনত
১বৰদুৱাৰকামৰূপএ.ডি.এছ., কামৰূপ১৯৬২৫
২তপাতলীকামৰূপএ.ডি.এছ.,  কামৰূপ১৯৭৮১২.১৪
৩জামুগুৰীশোণিতপুৰএ.ডি.এছ., শোণিতপুৰ১৯৭০৮.৬
৪দেওমৰনৈদৰঙএ.ডি.এছ., দৰঙ১৯৭৫১৩.৩৩
৫বৰবাহানগাওঁ(হোজাই)এছ.এছ., হোজাই১৯৭৫৭.৫
৬ঔজাৰীমৰিগাওঁএ.ডি.এছ., মৰিগাওঁ১৯৫৭০.৫
৭ডিমৌশিৱসাগৰএ.ডি.এছ., শিৱসাগৰ১৯৭১৫.০৫
৮ৰঙাগড়াগোলাঘাট(বোকাখাট)এ.ডি.এছ., গোলাঘাট১৯৭৩৪.০৫
৯উত্তৰ লক্ষীমপুৰসক্ষীমপুৰএ.ডি.এছ., লক্ষীমপুৰ-৭.৫
১০জুনাইধেমাজি(জুনাই)এছ.এছ., জোনাই১৯৮০১৪
১১ৰঙচালিডিব্ৰুগড়এ.ডি.এছ., ডিব্ৰুগড়১৯৬৭৪.২
১২টিঙৰাইতিনিচুকীয়াএ.ডি.এছ., তিনিচুকীয়া১৯৮২১৩.৩৮
১৩লখিমীপথাৰতিনিচুকীয়া(শদিয়া)এছ.এছ.(শদিয়া)১৯৮০১৩.৩৩
১৪ধৰ্মীশালকাছাৰএ.ডি.এছ., কাছাৰ১৯৭৫৮.০২
১৫হাৰিনগৰকাছাৰএ.ডি.এছ., কাছাৰ১৯৮০৬.৪
১৬আদৰকনাকৰিমগঞ্জএ.ডি.এছ., কৰিমগঞ্জ১৯৮২০.৯
১৭ধেনুভঙ্গাগোৱালপাৰাএ.ডি.এছ., গোৱালপাৰা১৯৫৪৪.৫
মুঠ১৪২.৪
ষষ্ঠ অনুসূচীত এলেকাৰ অন্তৰ্গত 
বড়োলেণ্ড টেৰিটৰিয়েল জিলা পৰিষদ
১৮কোকোৰাঝাৰকোকোৰাঝাৰএ.ডি.এছ.,কোকোৰাঝাৰ-৩.৩২
১৯গোৰেশ্বৰবাক্সাএ.ডি.এছ., বাক্সা১৯৫৭৪
২০জলাহবাক্সাএ.ডি.এছ., বাক্সা২০০৬৩.৫
২১ভেৰগাওঁওদালগুৰি(ভেৰগাওঁ)এছ.এছ. ভেৰগাওঁ১৯৮৬৫.০৭
মুঠ১৫.৮৯
কাৰ্বি আংলং জিলা স্বায়ত্ব শাসিত পৰিষদ
২২দেনগাওঁকাৰ্বি আংলংএ.ডি.এছ., কাৰ্বি আংলং১৯৫২৩
২৩দিলাজীকাৰ্বি আংলংএ.ডি.এছ., কাৰ্বি আংলং১৯৭৫১০.৭
২৪উমচৈকাৰ্বি আংলংএ.ডি.এছ., কাৰ্বি আংলং১৯৭৯১২.৮
মুঠ২৬.৫
ডিমা হাচাও জিলা স্বায়ত্ব শাসিত পৰিষদ
২৫খেজুৰবন্দডিমা হাচাওএ.ডি.এছ., ডিমা হাচাও১৯৭৫৬.৬৭
২৬হাফলংডিমা হাচাওএ.ডি.এছ., ডিমা হাচাও১৯৪৯২.৮৩
মুঠ৯.৫