ৰেচমশিল্প প্ৰদৰ্শৰৰ দ্বাৰা এড়ী পালকসকলক ৰোগমুক্ত উত্পাদনৰ ক্ষেত্ৰত আৰু উত্পাদন বৃদ্ধিৰ প্ৰয়োজনীয়তাৰ বাবে ২৬ টা এড়ী সঁচ গ্ৰেইনেজ স্থাপন কৰা হয়।
| ক্ৰ. নং. | এড়ী সঁচ গ্ৰেইনেজৰ নাম | জিলা/ সংমণ্ডলৰ নাম | নিয়ন্ত্ৰিত হয় | প্ৰতিষ্ঠাৰ বৰ্ষ | এড়ী সঁচ গ্ৰেইনেজৰ অন্তৰ্গত এলেকা(হেক্টৰত) |
|---|---|---|---|---|---|
| সাধাৰণ এলেকাৰ অধীনত | |||||
| ১ | বৰদুৱাৰ | কামৰূপ | এ.ডি.এছ., কামৰূপ | ১৯৬২ | ৫ |
| ২ | তপাতলী | কামৰূপ | এ.ডি.এছ., কামৰূপ | ১৯৭৮ | ১২.১৪ |
| ৩ | জামুগুৰী | শোণিতপুৰ | এ.ডি.এছ., শোণিতপুৰ | ১৯৭০ | ৮.৬ |
| ৪ | দেওমৰনৈ | দৰঙ | এ.ডি.এছ., দৰঙ | ১৯৭৫ | ১৩.৩৩ |
| ৫ | বৰবাহা | নগাওঁ(হোজাই) | এছ.এছ., হোজাই | ১৯৭৫ | ৭.৫ |
| ৬ | ঔজাৰী | মৰিগাওঁ | এ.ডি.এছ., মৰিগাওঁ | ১৯৫৭ | ০.৫ |
| ৭ | ডিমৌ | শিৱসাগৰ | এ.ডি.এছ., শিৱসাগৰ | ১৯৭১ | ৫.০৫ |
| ৮ | ৰঙাগড়া | গোলাঘাট(বোকাখাট) | এ.ডি.এছ., গোলাঘাট | ১৯৭৩ | ৪.০৫ |
| ৯ | উত্তৰ লক্ষীমপুৰ | সক্ষীমপুৰ | এ.ডি.এছ., লক্ষীমপুৰ | - | ৭.৫ |
| ১০ | জুনাই | ধেমাজি(জুনাই) | এছ.এছ., জোনাই | ১৯৮০ | ১৪ |
| ১১ | ৰঙচালি | ডিব্ৰুগড় | এ.ডি.এছ., ডিব্ৰুগড় | ১৯৬৭ | ৪.২ |
| ১২ | টিঙৰাই | তিনিচুকীয়া | এ.ডি.এছ., তিনিচুকীয়া | ১৯৮২ | ১৩.৩৮ |
| ১৩ | লখিমীপথাৰ | তিনিচুকীয়া(শদিয়া) | এছ.এছ.(শদিয়া) | ১৯৮০ | ১৩.৩৩ |
| ১৪ | ধৰ্মীশাল | কাছাৰ | এ.ডি.এছ., কাছাৰ | ১৯৭৫ | ৮.০২ |
| ১৫ | হাৰিনগৰ | কাছাৰ | এ.ডি.এছ., কাছাৰ | ১৯৮০ | ৬.৪ |
| ১৬ | আদৰকনা | কৰিমগঞ্জ | এ.ডি.এছ., কৰিমগঞ্জ | ১৯৮২ | ০.৯ |
| ১৭ | ধেনুভঙ্গা | গোৱালপাৰা | এ.ডি.এছ., গোৱালপাৰা | ১৯৫৪ | ৪.৫ |
| মুঠ | ১৪২.৪ | ||||
| ষষ্ঠ অনুসূচীত এলেকাৰ অন্তৰ্গত | |||||
| বড়োলেণ্ড টেৰিটৰিয়েল জিলা পৰিষদ | |||||
| ১৮ | কোকোৰাঝাৰ | কোকোৰাঝাৰ | এ.ডি.এছ.,কোকোৰাঝাৰ | - | ৩.৩২ |
| ১৯ | গোৰেশ্বৰ | বাক্সা | এ.ডি.এছ., বাক্সা | ১৯৫৭ | ৪ |
| ২০ | জলাহ | বাক্সা | এ.ডি.এছ., বাক্সা | ২০০৬ | ৩.৫ |
| ২১ | ভেৰগাওঁ | ওদালগুৰি(ভেৰগাওঁ) | এছ.এছ. ভেৰগাওঁ | ১৯৮৬ | ৫.০৭ |
| মুঠ | ১৫.৮৯ | ||||
| কাৰ্বি আংলং জিলা স্বায়ত্ব শাসিত পৰিষদ | |||||
| ২২ | দেনগাওঁ | কাৰ্বি আংলং | এ.ডি.এছ., কাৰ্বি আংলং | ১৯৫২ | ৩ |
| ২৩ | দিলাজী | কাৰ্বি আংলং | এ.ডি.এছ., কাৰ্বি আংলং | ১৯৭৫ | ১০.৭ |
| ২৪ | উমচৈ | কাৰ্বি আংলং | এ.ডি.এছ., কাৰ্বি আংলং | ১৯৭৯ | ১২.৮ |
| মুঠ | ২৬.৫ | ||||
| ডিমা হাচাও জিলা স্বায়ত্ব শাসিত পৰিষদ | |||||
| ২৫ | খেজুৰবন্দ | ডিমা হাচাও | এ.ডি.এছ., ডিমা হাচাও | ১৯৭৫ | ৬.৬৭ |
| ২৬ | হাফলং | ডিমা হাচাও | এ.ডি.এছ., ডিমা হাচাও | ১৯৪৯ | ২.৮৩ |
| মুঠ | ৯.৫ | ||||