গৃহ- তথ্য জনাৰ অধিকাৰ
তথ্য জনাৰ অধিকাৰ আইন, ২০০৫ ৰ অধীনত ৰেচমশিল্প সঞ্চালকালয়, অসম, খানাপাৰা, ৰেচম নগৰ, গুৱাহাটী- ২২ ত থকা আপিল বিচাৰক, সহকাৰী ৰাজ্যিক লোক তথ্য বিষয়াৰ নাম।
১. আপিল বিচাৰকঃ শ্ৰী মুক্তা নাথ শইকীয়া, অ.অ.সে., ৰেচমশিল্পৰ সঞ্চালক, অসম
২. ৰাজ্যিক লোক তথ্য বিষয়াঃ শ্ৰী দীপক শৰ্মা, পৰিকল্পনা বিষয়া, ৰেচমশিল্পৰ সঞ্চালকালয়, অসম